از برنامه APKPure استفاده کنید
نسخه قدیمی APK অসমীয়া বন দৰৱ را برای اندروید بگیرید
এই এপ্লিকেশ্যনটো অসমীয়া বন দৰবৰ গুনাগুণৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰস্তুত কৰা হৈছে.
পৰম্পৰাগত চিকিৎসা পদ্ধতিত অসমে অতীতৰ পৰাই সুনাম অৰ্জন কৰিছিল. সকলো ৰোগৰ চিকিৎসা অসমত থলুৱা ভাৱে ঠাইতে আৰু থাউকতে পোৱা লতা، উদ্ভিদেৰে প্ৰস্তুত কৰা ঔষধেৰে কৰা হৈছিল. এনে চিকিৎসা পদ্ধতিৰ প্ৰসাৰৰ বাবে মধ্যযুগত বেজবৰুৱা নামৰ এটা চৰকাৰী পদবীৰ সৃষ্টি কৰা হৈছিল. গতিকে আমাৰ এনে আপুৰুগীয়া পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ প্ৰচাৰৰ বাবেই এই এপ্লিকেশ্যনটো বনোৱা হৈছে. এপ্লিকেশ্যনটো ব্লগৰ সহায়ত চলোৱা হ'ব.Last updated on 12/02/2018
Minor bug fixes and improvements. Install or update to the newest version to check it out!
نیاز به اندروید
4.0.3
دسته بندی
گزارش
অসমীয়া বন দৰৱ
8.0 by Tultul Kutum
12/02/2018